বৈজ্ঞানিক মানসিকতা
বৈজ্ঞানিক মানসিকতাৰ গুৰুত্বঃএক আলোকপাত "সমাজে সাবতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাব লুইতৰে পাৰ...." "বিজ্ঞান আদিমত সত্য।বিজ্ঞান সভ্যতাৰ নৈসৰ্গিক গল্প।বিজ্ঞানে জোঁৱাৰ আনে।মানুহ আৰু বিজ্ঞানে মিতিৰালি কৰি ন-দিগন্তৰ সূচনা কৰে.......।" এইয়া বিজ্ঞানৰ যুগ।বিজ্ঞান তথা বৈজ্ঞানিক চিন্তাৰ আঁত ধৰিয়ে সৃষ্টি হৈছে জীৱশ্ৰেষ্ঠৰ বৈচিত্ৰময় সভ্যতা।প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়নে সমাজৰ প্ৰতিটো স্তৰতে কোবাই গৈছে।মহাকাশত বসতি পতাৰ কথা চিন্তা কৰি অথবা হাতৰ মুঠিতে পৃথিৱীখন লৈ আমি সকলোৱে উপভোগ কৰিছো বিজ্ঞানৰ চ...